মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পৰিবহণ বিভাগ অসম ৰাজ্যিক পৰিবহন নিগম

অনলাইন টিকট বুকিং

বাছৰ অনলাইন সেৱা ‘ৰেডবাছ’ৰ জৰিয়তে এএছটিচি বাছৰ অনলাইন টিকট ক্ৰয় কৰিব পাৰি। ৰেডবাছ হৈছে পৃথিৱীৰ সবাটোকৈ বৃহৎ অনলাইন বাছ টিকট বুকিং সেৱা যিয়ে ইয়াৰ ৱেবচাইটৰ জৰিয়তে আটাইবোৰ প্ৰধান প্ৰধান পথৰ বাবে টিকট প্ৰদানৰ সুবিধা প্ৰদান কৰে। ২০০৬ চনত বাংগালোৰত ‘ৰেডবাছ’ৰ প্ৰতিষ্ঠা কৰা হয়। সম্প্ৰতি ই দেশৰ বিভিন্ন চহৰ সামৰি লৈছে। দেশৰ ১০০,০০০ ৰ অধিক পথ সামৰি লৈ আৰু ২০০০ ৰ অধিক বাছ কাৰ্য্যকৰ্তাক সামৰি লৈ ৰেডবাছে অনলাইন টিকট বুকিং উদ্যোগৰ দিশত বিপ্লৱময় পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে।

ইয়াৰ লিংক লাভ কৰিবলৈ ৱেবচাইট হৈছে : www.redBus.com