বিভিন্ন দলৰ যাত্ৰীৰ বাবে ভাড়া ৰেহাই
‘এএছটিচি’ য়ে তলত উল্লেখ কৰা শ্ৰেণীৰ যাত্ৰীসকললৈ ভাড়া ৰেহাইৰ সুবিধা প্ৰদান কৰে :
- ধৰ্মজ্যোতি আঁচনিৰ অধীনত তীৰ্থযাত্ৰীসকললৈ প্ৰদান কৰা ৰেহাইৰ পৰিমাণ ৫০%
- জ্ঞানজ্যোতি আঁচনিৰ অধীনত ছাত্ৰসকললৈ প্ৰদান কৰা ৰেহাইৰ পৰিমাণ: ৩০%
- জ্ঞানজ্যোতি আঁচনিৰ অধীনত ছাত্ৰীসকললৈ প্ৰদান কৰা ৰেহাইৰ পৰিমাণ: ৩৫%
- ৬০ বছৰৰ উৰ্দ্ধৰ জ্যেষ্ঠ নাগৰিকৰ বাবে প্ৰদান কৰা ৰেহাইৰ পৰিমাণ: ৪০%
- মিডিয়া সাংবাদিকৰ বাবে প্ৰদান কৰা ৰেহাইৰ পৰিমাণ: ৮০%