মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পৰিবহণ বিভাগ অসম ৰাজ্যিক পৰিবহন নিগম

ঔদ্যোগীক প্ৰশিক্ষণ কেন্দ্ৰসমূহ

চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত দুটা ঔদ্যোগীক প্ৰশিক্ষণ কেন্দ্ৰ আছে য’ত দুবছৰীয়া মেকানিক মটৰ বিষয়ক প্ৰমাণপত্ৰ পাঠ্যক্ৰম প্ৰদান কৰা হয়। তলত উল্লেখ কৰা ঠাইসমূহত এই কেন্দ্ৰ অৱস্থিত:

  1. এএছটিচি, ৰূপনগৰ চৌহদ, গুৱাহাটী
  2. এএছটিচি, আইএছবিটি চৌহদ, যোৰহাট

উপৰোক্ত দুয়োটা শিক্ষা প্ৰতিষ্ঠানতে বছৰি ২৫ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ প্ৰদান কৰাৰ সুবিধা আছে।