মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পৰিবহণ বিভাগ অসম ৰাজ্যিক পৰিবহন নিগম

এএছটিচি কাউণ্টাৰত ৰেল টিকটৰ যাত্ৰী সংৰক্ষণ পদ্ধতি

তলত উল্লিখিত এএছটিচি ষ্টেশ্যনসমূহত ৰেলৰ সংৰক্ষণ টিকট পদ্ধতি উপলব্ধ :

  • মৰিগাওঁ এএছটিচি ষ্টেশ্যন।
  • নগাওঁ এএছটিচি ষ্টেশ্যন।
  • বোকাখাট এএছটিচি ষ্টেশ্যন।
  • ডেৰগাওঁ এএছটিচি ষ্টেশ্যন।