মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পৰিবহণ বিভাগ অসম ৰাজ্যিক পৰিবহন নিগম

‘এএছটিচি’ ৰ দ্বাৰা সম্পাদিত বহুতৰপীয়া গাড়ী ৰখোৱা ব্যৱস্থা

গুৱাহাটীৰ পাণবজাৰত এটি বহুতৰপীয়া গাড়ী ৰখোৱা সুবিধা আছে য’ত একেবাৰতে দুশখন গাড়ী পাৰ্কিং কৰিব পাৰি।