মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পৰিবহণ বিভাগ অসম ৰাজ্যিক পৰিবহন নিগম

এএছটিচি বাছ সেৱা (শীত তাপ নিয়ন্ত্ৰিত আৰু শীত তাপ নিয়ন্ত্ৰণ ৰহিত)

পলকতে অসম ৰাজ্যিক পৰিবহণ নিগম

২০১৬ চনৰ মে’ মাহলৈ এএছটিচি বাছৰ সংখ্যা
সৱিশেষসংখ্যা/মূল্য
সৰ্বমুঠ ফ্লিট৯২৩
কামত ব্যৱহৃত ফ্লিট৬৭০
মেৰামতি কৰি থকা বাছ২৫৩
কামত ব্যৱহৃত সৰ্বমুঠ পিঅবি ফ্লিট৯৭৬
এএছটিচি মালিকানাধীন বাছৰ পৰা হোৱা মাহিলি উপাৰ্জন৬০১.১৫ লক্ষ টকা
এএছটিচি ৰ অধীনৰ ব্যক্তিগত বাছৰ পৰা হোৱা মাহিলি উপাৰ্জন৫৯.৬৯ লক্ষ টকা
পথত চলাচল কৰা বাছ১০০৯ খন
ষ্টেশ্যন আৰু ছাব-ষ্টেশ্যন১৩৩ টা

 

এএছটিচি ত তলত উল্লিখিত বাছ সেৱাসমূহ উপলব্ধ

(১) সাধাৰণ জিলা পৰ্যায় বাছ

(২) শীত তাপ নিয়ন্ত্ৰণ ৰহিত ছুপাৰ বাছ

(৩) শীত তাপ নিয়ন্ত্ৰণযুক্ত ছুপাৰ বাছ

(৪) শীত তাপ নিয়ন্ত্ৰণযুক্ত ভলভ’ বাছ

জিলা অনুসৰি বাছৰ সময় সূচী তলত দিয়া হ’ল।