অসম ৰাজ্যিক পৰিবহণ নিগমৰ উত্তৰ লখিমপুৰ মণ্ডলৰ সময় সূচী
| ক্ৰমিক | সময় | পথ | পৰা | লৈ |
|---|---|---|---|---|
| উপস্থিত হোৱাৰ সময় | প্ৰস্থানৰ সময় | |||
| ১ | ৰাতিপুৱা ৬:০০ বজা | উত্তৰ লখিমপুৰ | বগীবিল | |
| ২ | ৰাতিপুৱা ৬:৩০ বজা | উত্তৰ লখিমপুৰ | গুৱাহাটী | |
| ৩ | ৰাতিপুৱা ৭:০০ বজা | উত্তৰ লখিমপুৰ | জোনাই | |
| ৪ | ৰাতিপুৱা ৭:১৫ বজা | ৰাতিপুৱা ৭:৩০ বজা | ধেমাজী | তেজপুৰ |
| ৫ | ৰাতিপুৱা ১০:৩০ বজা | ১১:১০ বজা | কমলাবাৰী | তেজপুৰ |
| ৬ | দুপৰীয়া ১২:৩০ বজা | উত্তৰ লখিমপুৰ | ঢকুৱাখনা | |
| ৭ | বিয়লি ১:২০ বজা | উত্তৰ লখিমপুৰ | শিমলুগুৰি | |
| ৮ | আবেলি ৩:০০ বজা | উত্তৰ লখিমপুৰ | জামুগুৰী | |
| ৯ | আবেলি ৪:৩০ বজা | উত্তৰ লখিমপুৰ | বিহপুৰীয়া | |
| ১০ | সন্ধিয়া ৭:০০ বজা | সন্ধিয়া ৭:১৫ বজা | কমলাবাৰী | গুৱাহাটী |
| ১১ | নিশা ৮:০০ বজা | উত্তৰ লখিমপুৰ | গুৱাহাটী | |
| ১২ | সন্ধিয়া ৭:৪০ বজা | নিশা ৮:১৫ বজা | ধেমাজী | গুৱাহাটী |
| ১৩ | উত্তৰ লখিমপুৰ | জোনাই | ||
| ১৪ | ৰাতিপুৱা ৫:০০ বজা | জোনাই | ঢকুৱাখনা | |
| ১৫ | ৰাতিপুৱা ৫:৩০ বজা | জোনাই | কমলাবাৰী | |
| ১৬ | ৰাতিপুৱা ৬:০০ বজা | জোনাই | বগীবিল | |