| ক্ৰমিক নং | সেৱাৰ প্ৰকাৰ | উপস্থিত হোৱাৰ সময় | প্ৰস্থানৰ সময় | পৰা | লৈ |
|---|
| ১ | সাধাৰণ (জিলা প্ৰকাৰ) | | ৰাতিপুৱা ৬:৩০ বজা | নগাওঁ | ওমৰাংচু |
| ২ | সাধাৰণ (জিলা প্ৰকাৰ) | | ৰাতিপুৱা ৬:০০ বজা | নগাওঁ | লাহৰীঘাট |
| ৩ | সাধাৰণ (জিলা প্ৰকাৰ) | | ৰাতিপুৱা ৮:১৫ বজা | নগাওঁ | গুৱাহাটী |
| ৪ | ভলভ’ এচি | ৰাতিপুৱা ৭:৩০ বজা | ৰাতিপুৱা ৮:০০ বজা | হোজাই | গুৱাহাটী |
| ৫ | ছুপাৰ বাছ (এচি সুবিধা ৰহিত) | | ৰাতিপুৱা ৮:৩০ বজা | নগাওঁ | মাৰ্ঘেৰিটা |
| ৬ | ছুপাৰ বাছ (এচি সুবিধা ৰহিত) | পুৱা ৯:৩০ বজা | পুৱা ৯:৪৫ বজা | গুৱাহাটী | ডিগবৈ |
| ৭ | ছুপাৰ বাছ (এচি সুবিধা ৰহিত) | পুৱা ৯:৩০ বজা | পুৱা ৯:৪৫ বজা | গুৱাহাটী | নামৰূপ |
| ৮ | সাধাৰণ (জিলা প্ৰকাৰ) | পুৱা ৯:৩০ বজা | পুৱা ৯:৪৫ বজা | হাফলঙ | গুৱাহাটী |
| ৯ | সাধাৰণ (জিলা প্ৰকাৰ) | পুৱা ৯:৩০ বজা | পুৱা ৯:৪৫ বজা | নগাওঁ | লাহৰীঘাট |
| ১০ | সাধাৰণ (জিলা প্ৰকাৰ) | পুৱা ৯:৪৫ বজা | পুৱা ১০:০০ বজা | ধিঙ | লাহৰীঘাট |
| ১১ | সাধাৰণ (জিলা প্ৰকাৰ) | পুৱা ১০:০০ বজা | ১০:৩০ বজা | নগাওঁ | লংকা |
| ১২ | ছুপাৰ (এচি) বাছ | পুৱা ১০:৩০ বজা | পুৱা ১০:৪৫ বজা | গুৱাহাটী | সোণাৰী |
| ১৩ | ছুপাৰ (বাতানুকুল ৰহিত) বাছ | পুৱা ১০:৩০ বজা | ১০:৪৫ বজা | গুৱাহাটী | ডিব্ৰুগড় |
| ১৪ | ছুপাৰ (বাতানুকুল) বাছ | পুৱা ১১:৩০ বজা | পুৱা ১১:৪৫ বজা | গুৱাহাটী | আমগুৰি |
| ১৫ | ছুপাৰ (শীত তাপ নিয়ন্ত্ৰণ ৰহিত) বাছ | দুপৰীয়া ১২:৩০ বজা | দুপৰীয়া ১২:৩৫ বজা | গুৱাহাটী | সৰুপথাৰ |
| ১৬ | ছুপাৰ (শীত তাপ নিয়ন্ত্ৰণ ৰহিত) বাছ | দুপৰীয়া ১২:৩০ বজা | দুপৰীয়া ১২:৩৫ বজা | তিতাবৰ | গুৱাহাটী |
| ১৭ | সাধাৰণ (জিলা প্ৰকাৰ) | বিয়লি ২:০০ বজা | আবেলি ৪:৩০ বজা | লাহৰীঘাট | ধিঙ |
| ১৮ | সাধাৰণ (জিলা প্ৰকাৰ) | আবেলি ৩:০০ বজা | আবেলি ৪:০০ বজা | নগাওঁ | লাহৰীঘাট |
| ১৯ | ছুপাৰ (শীত তাপ নিয়ন্ত্ৰণ ৰহিত) বাছ | বিয়লি ৩:১৫ বজা | বিয়লি ৩:৩০ বজা | গুৱাহাটী | তিতাবৰ |
| ২০ | সাধাৰণ (জিলা প্ৰকাৰ) | বিয়লি ১:৩০ বজা | বিয়লি ১:৪৫ বজা | হাফলঙ | গুৱাহাটী |
| ২১ | ছুপাৰ (শীত তাপ নিয়ন্ত্ৰণ ৰহিত) বাছ | বিয়লি ২:০০ বজা | বিয়লি ২:১৫ বজা | সৰুপথাৰ | গুৱাহাটী |
| ২২ | ছুপাৰ (শীত তাপ নিয়ন্ত্ৰিত) বাছ | বিয়লি ২:৩০ বজা | বিয়লি ২:৪৫ বজা | সোণাৰী | গুৱাহাটী |
| ২৩ | ছুপাৰ (শীত তাপ নিয়ন্ত্ৰণ ৰহিত) বাছ | আবেলি ৩:০০ বজা | আবেলি ৩:১৫ বজা | নামৰূপ | গুৱাহাটী |
| ২৪ | ছুপাৰ (শীত তাপ নিয়ন্ত্ৰণ ৰহিত) বাছ | আবেলি ৩:৩০ বজা | আবেলি ৩:৪৫ বজা | ডিগবৈ | গুৱাহাটী |
| ২৫ | ছুপাৰ (শীত তাপ নিয়ন্ত্ৰণ ৰহিত) বাছ | আবেলি ৪:০০ বজা | আবেলি ৪:১৫ বজা | ডিব্ৰুগড় | গুৱাহাটী |