সময় সূচী
অসম ৰাজ্যিক পৰিবহন নিগম, তিনিচুকীয়াৰ পৰা নামনিলৈ
| ক্ৰমিক | পথ | প্ৰকাৰ | প্ৰস্থানৰ সময় |
|---|---|---|---|
| ১ | ডিগবৈৰ পৰা গুৱাহাটীলৈ | দিবা ছুপাৰ বাছ | ৰাতিপুৱা ৬:৩০ বজা |
| ২ | তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ | দিবা ছুপাৰ বাছ | ৰাতিপুৱা ৬:৩০ বজা |
| ৩ | তিনিচুকীয়াৰ পৰা তেজপুৰলৈ | দিবা ছুপাৰ বাছ (এচি) | ৰাতিপুৱা ৭:০০ বজা |
| ৪ | মাৰ্ঘেৰিটাৰ পৰা নগাওঁলৈ | দিবা ছুপাৰ বাছ | ৰাতিপুৱা ৭:১৫ বজা |
| ৫ | জাগুনৰ পৰা ৰঙাপাৰালৈ | দিবা ছুপাৰ বাছ | ৰাতিপুৱা ৭:৪৫ বজা |
| ৬ | শান্তিপুৰৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ | এ/চি এক্সিকিউটিভ | ৰাতিপুৱা ৮:০০ বজা |
| ৭ | মাৰ্ঘেৰিটাৰ পৰা বোকাখাটলৈ | দিবা ছুপাৰ বাছ | ৰাতিপুৱা ৮:৩০ বজা |
| ৮ | তিনিচুকীয়াৰ পৰা গোলাঘাটলৈ | সাধাৰণ | ৰাতিপুৱা ৯:০০ বজা |
| ৯ | জাগুনৰ পৰা ডেৰগাওঁলৈ | সাধাৰণ | পুৱা ৯:৩০ বজা |
| ১০ | ফিলবাৰীৰ পৰা ডিব্ৰুগড়লৈ | সাধাৰণ | পুৱা ১০:০০ বজা |
| ১১ | হাঁহখাটীৰ পৰা ডিব্ৰুগড়লৈ | সাধাৰণ | পুৱা ১০:১৫ বজা |
| ১২ | সোণপুৰা (শদিয়া) ৰ পৰা যোৰহাটলৈ | সাধাৰণ | পুৱা ১১:০০ বজা |
| ১৩ | তিনিচুকীয়া-ডিব্ৰুগড়-মুলুকগাওঁ | সাধাৰণ | দিনৰ ১:০০ বজা |
| ১৪ | তিনিচুকীয়াৰ পৰা সোণাৰীলৈ | সাধাৰণ | দিনৰ ১:০০ বজা |
| ১৫ | শান্তিপুৰৰ পৰা ডিব্ৰুগড়লৈ | সাধাৰণ | আবেলি ৪:০০ বজা |
| ১৬ | বৰডুমচাৰ পৰা ডিব্ৰুগড়লৈ | সাধাৰণ | আবেলি ৪:৪৫ বজা |
| ১৭ | তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ | নৈশ ছুপাৰ বাছ | সন্ধিয়া ৬:৩০ বজা |
| ১৮ | চৈখোৱাৰ পৰা গুৱাহাটীলৈ | নৈশ ছুপাৰ বাছ | সন্ধিয়া ৭:০০ বজা |
| ১৯ | জাগুনৰ পৰা গুৱাহাটীলৈ | নৈশ ছুপাৰ বাছ | সন্ধিয়া ৭:১৫ বজা |
| ২০ | শান্তিপুৰ (শদিয়া) ৰ পৰা গুৱাহাটীলৈ | নৈশ ছুপাৰ বাছ | সন্ধিয়া ৭:৩০ বজা |
| ২১ | সোণপুৰা (শদিয়া) ৰ পৰা তিনিচুকীয়ালৈ | নৈশ ছুপাৰ বাছ | সন্ধিয়া ৮:০০ বজা |
সময় সূচী
তিনিচুকীয়াৰ পৰা উজনিলৈ
| ক্ৰমিক | পথ | প্ৰকাৰ | প্ৰস্থানৰ সময় |
|---|---|---|---|
| ১ | তেজপুৰৰ পৰা সোণপুৰালৈ | নৈশ ছুপাৰ বাছ | ৰাতিপুৱা ৫:৩০ বজা |
| ২ | গুৱাহাটীৰ পৰা জাগুনলৈ | নৈশ ছুপাৰ বাছ | ৰাতিপুৱা ৫:০০ বজা |
| ৩ | গুৱাহাটীৰ পৰা চৈখোৱালৈ | নৈশ ছুপাৰ বাছ | ৰাতিপুৱা ৫:৩০ বজা |
| ৪ | গুৱাহাটীৰ পৰা শান্তিপুৰলৈ | নৈশ ছুপাৰ বাছ | ৰাতিপুৱা ৬:৩০ বজা |
| ৫ | তিনিচুকীয়াৰ পৰা দায়ুনলৈ | সাধাৰণ | ৰাতিপুৱা ৬:৩০ বজা |
| ৬ | তিনিচুকীয়াৰ পৰা নমপঙলৈ | সাধাৰণ | ৰাতিপুৱা ৭:০০ বজা |
| ৭ | ডিব্ৰুগড়ৰ পৰা শান্তিপুৰলৈ | সাধাৰণ | পুৱা ৯:৩০ বজা |
| ৮ | তিনিচুকীয়াৰ পৰা সোণপুৰালৈ | সাধাৰণ | পুৱা ১০:২০ বজা |
| ৯ | ডিব্ৰুগড়ৰ পৰা বৰডুমছালৈ | সাধাৰণ | পুৱা ১০:৩০ বজা |
| ১০ | তিনিচুকিয়া-ঘোঁৰামাৰা/শান্তিপুৰ | সাধাৰণ | দিনৰ ১২:০০ বজা |
| ১১ | যোৰহাটৰ পৰা সোণপুৰালৈ | সাধাৰণ | দুপৰীয়া ১:১৫ বজা |
| ১২ | ডেৰগাওঁৰ পৰা জয়ৰামপুৰলৈ | সাধাৰণ | দুপৰীয়া ১:৩০ বজা |
| ১৩ | ডেৰগাওঁৰ পৰা চৈখোৱালৈ | সাধাৰণ | দিনৰ ২:৩০ বজা |
| ১৪ | বোকাখাটৰ পৰা মাৰ্ঘেৰিটালৈ | দিবা ছুপাৰ বাছ | আবেলি ৩:০০ বজা |
| ১৫ | ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা শান্তিপুৰলৈ | এচি এক্সিকিউটিভ | বিয়লি ৩:৩০ বজা |
| ১৬ | ৰঙাপাৰাৰ পৰা জাগুনলৈ | দিবা ছুপাৰ বাছ | আবেলি ৪:০০ বজা |
| ১৭ | নগাওঁৰ পৰা মাৰ্ঘেৰিটালৈ | দিবা ছুপাৰ বাছ | সন্ধিয়া ৬:৩০ বজা |
| ১৮ | গুৱাহাটীৰ পৰা ডিগবৈলৈ | দিবা ছুপাৰ বাছ | সন্ধিয়া ৭:০০ বজা |
| ১৯ | তিনিচুকীয়া মেয়াও | সাধাৰণ | দিনৰ ১২:০০ বজা |
| ২০ | তিনিচুকীয়াৰ পৰা দুৱামাৰালৈ | সাধাৰণ | দিনৰ ১২:৩০ বজা |
| ২১ | ডিব্ৰুগড়ৰ পৰা ফিলবাৰীলৈ | সাধাৰণ | বিয়লি ২:১৫ বজা |
| ২২ | ডিব্ৰুগড়ৰ পৰা হাঁহখাটীলৈ | সাধাৰণ | আবেলি ৩:৪৫ বজা |